মধুস্মৃতা তুমি কোৱানা
তুমি কেনে আছা,
প্ৰিয়তমা বুজি নোপোৱা
মোৰ মনৰ বেথা,
দেখিও নেদেখা
কাষে দি গ’লে,
মাতিলে নামাতা
চকুলে চালে।
তথাপিতো তোমালৈ
মোৰ মনত পৰে
বাৰে বাৰে …….
নাজানো কি
হয় মোৰ,
নোৱাৰো থাকিব
তোমাক এবাৰো
মোৰ মনত নেপেলোৱাকৈ ……
(–কল্পজিত–)